অসম

assam

ETV Bharat / videos

বাজেট 2020: কৃষিখণ্ডত অধিক বিনিয়োগৰ প্ৰয়োজন - বাজেট 2020: কৃষিখণ্ডত অধিক বিনিয়োগৰ প্ৰয়োজন

By

Published : Jan 30, 2020, 5:16 PM IST

অহা 1 ফেব্ৰুৱাৰীত ঘোষণা কৰা হ'ব কেন্দ্ৰীয় বাজেট ৷ ইতিমধ্যে এই বাজেটক লৈ ব্যাপক চৰ্চা আৰম্ভ হৈছে ৷ দেশৰ অৰ্থব্যৱস্থাত মন্দাৱস্থাৰ লগতে অন্যান্য খণ্ডসমূহৰ শোচনীয় হৈ পৰাৰ সময়তে বাজেটক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিশিষ্ট কৃষিবিজ্ঞানী স্বামীনাথন আৰু যোগেন্দ্ৰ যাদৱে ৷ তেওঁলোকৰ মতে কৃষিখণ্ডত অত্যধিক বিনিয়োগে দেশৰ অৰ্থব্যৱস্থাক এক সুস্থিৰ মাত্ৰা প্ৰদান কৰিবলৈ সক্ষম হ'ব ৷

For All Latest Updates

ABOUT THE AUTHOR

...view details