অসম

assam

ETV Bharat / videos

প্ৰকৃতি সংৰক্ষণৰ বাৰ্তাৰে ৰাজ্যজুৰি পালন বিশ্ব পৰিৱেশ দিৱস

By

Published : Jun 5, 2019, 9:24 PM IST

বিভিন্ন ঠাইত বৃক্ষ ৰোপন কাৰ্যসূচী ৷ বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা হয় বিভিন্ন কাৰ্যসূচী ৷ স্থানীয় লোকক পৰিৱেশ সংৰক্ষণৰ দিশত সজাগ কৰাৰ প্ৰয়াস ৷ বিভিন্ন ঠাইত ঈদৰ নামাজৰ লগতে বিশ্ব পৰিৱেশ দিৱসৰ কাৰ্যসূচী ৷

ABOUT THE AUTHOR

...view details