দেশত সংঘটিত হিংসাত্মক কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা অভিনেত্ৰী কীৰ্তি সেননৰ - নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত অভিনেত্ৰী কীৰ্তি সেনন
সমগ্ৰ দেশ জ্বলি থকা নাগৰিকত্ব সংশোধনী আইনৰ সন্দৰ্ভত মন্তব্য আগবঢ়াই কীৰ্তি সেননে কয় যে,"হিংসা কোনো কথাৰে ক্ষেত্ৰত সমাধান হ'ব নোৱাৰে ৷ "