অসম

assam

By

Published : Mar 23, 2021, 10:46 PM IST

ETV Bharat / videos

জোনাইত হাগ্ৰামা মহিলাৰীৰ ৰণডংকা

মঙলবাৰে ১১৪নং জোনাই বিধান সভা সমষ্টিত কংগ্ৰেছ মহাজোঁটৰ প্ৰাৰ্থী ডাঃ হেমহৰি প্ৰসন্ন পেগুৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে বিটিচিৰ প্ৰাক্তন মুৰব্বী প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ৷ চিমেন চাপৰিৰ ষ্টেডিয়ামত বিয়লি প্ৰায় এক বজাত হেলিকপ্তাৰযোগে উপস্থিত হয় বিপিএফ মূৰব্বী মহিলাৰীৰ লগতে প্ৰদেশ কংগ্ৰেছৰ সম্পাদক তথা মুখপাত্ৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্য ৷ ১১৪ নং জোনাই বিধানসভা সমষ্টিৰ কংগ্ৰেছ মহাজোঁটৰ প্ৰাৰ্থী ডা° হেমহৰি প্ৰসন্ন পেগুৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত হাগ্ৰামা মহিলাৰী সহ কেইবাজনো নেতাই ৷ চিমেনচাপৰি ষ্টেডিয়ামত প্ৰাংগনত অনুষ্ঠিত কৰা এই প্ৰচাৰ সভাত কেইবা সহস্ৰাধিক ভোটাৰ ৰাইজক উদ্দেশ্যি বিপিএফ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে নিৰ্বাচনী ভাষণ প্ৰদান কৰে ৷

ABOUT THE AUTHOR

...view details