বাবুৰ কেব বিৰোধী প্ৰতিবাদী গীত "হাতুৰী" - নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ প্ৰতিবাদ
ৰাজ্য জ্বলি আছে নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৷ ৰাজ্যৰ শেহতীয়া পৰিস্থিতি আৰু ৰজাঘৰীয়াৰ মিথ্যাচাৰ তথা প্ৰতাৰণাক কেন্দ্ৰ কৰি শেহতীয়াকৈ মুকলি কৰিছে এটি প্ৰতিবাদী গীত ৷ হাতুৰী নামৰ গীতটোৰ জৰিয়তে ৰাজ্যবাসীৰ স্থিতিৰ প্ৰতি সঁহাৰি জনাইছে কন্ঠশিল্পী বাবুৱে ৷