অসম

assam

By

Published : Aug 8, 2021, 6:04 PM IST

ETV Bharat / videos

পিঞ্জৰাবদ্ধ হ’ল সোণাৰিত ত্ৰাস চলোৱা নাহৰফুটুকীটো

চৰাইদেউ জিলাৰ সোণাৰিৰ আইদেউবাৰীত পিঞ্জৰাবদ্ধ হ’ল এটা প্ৰকাণ্ড নাহৰফুটুকী । বনবিভাগে পতা পিঞ্জৰাত আৱদ্ধ হ’ল প্ৰকাণ্ড নাহৰফুটুকীটো । দীৰ্ঘদিন ধৰি পোহনীয়া জীৱ-জন্তু ভক্ষণ কৰি ত্ৰাস চলাই আহিছিল বাঘটোৱে । অৱশেষত বাঘটো পিঞ্জৰাবদ্ধ হোৱাত স্বস্তিৰ নিশ্বাস‌ পেলালে স্থানীয় ৰাইজে ।

ABOUT THE AUTHOR

...view details