অসম

assam

By

Published : May 18, 2019, 10:19 PM IST

ETV Bharat / videos

কোকৰাঝাৰত পালন বুদ্ধ পূৰ্ণিমা

কোকৰাঝাৰ জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী সৰলপাৰাৰ জিয়াং চুপ চাউলিং গুম্ফাত দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় পৱিত্ৰ বুদ্ধ জয়ন্তী । অঞ্চলটোত ২৫৬৩সংখ্যক বুদ্ধ জয়ন্তী উপলক্ষে এক শোভাযাত্ৰা উলিওৱা হয় । এই বুদ্ধ পূৰ্ণিমাত ছিকিম,পশ্চিমবংগৰ উপৰিও বহি:ৰাষ্ট্ৰ ভূটানৰ পৰা অহা লামাৰ লগতে অসংখ্য ভক্তপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰে ।

ABOUT THE AUTHOR

...view details