আৰ্থিক দৈন্যতাক নেওচি উজলিল কেইবাগৰাকীও শিক্ষাৰ্থী
সংগ্ৰাম অনিবাৰ্য ৷ জীৱন সংগ্ৰামত যদি কোনো ভাগৰি পৰিছে,আন কোনোবাজনৰ কঠোৰ জীৱন সংগ্ৰামৰ কাহিনী হৈ পৰিছে বহুজনৰ বাবে আদৰ্শ ৷ সদ্যঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলত আৰ্থিক দৈন্যতাকো নেওচি উজলি উঠিল কেইবাগৰাকীও শিক্ষাৰ্থী ৷