অসম

assam

By

Published : Dec 10, 2020, 10:16 PM IST

ETV Bharat / videos

শিৱসাগৰ আছুৰ CAA বিৰোধিতাৰে জোৰ সমদল

শিৱসাগৰত পুনৰ আৰম্ভ CAA বিৰোধী আন্দোলন ৷ শ্বহীদ দিৱসৰ দিনাই নাগৰিকত্ব সংশোধনী আইনৰ বিৰোদ্ধে ৰাজপথত নামিল আছু ৷ সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত শিৱসাগৰত জোঁৰ সমদল ৰূপায়নৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷ ঐতিহাসিক বৰ্ডিং খেলপথাৰৰ পৰা আছুৱে বাহিৰ কৰিলে এই সমদল। সহস্ৰাধিক ৰাইজে সমগ্ৰ শিৱসাগৰ চহৰত CAA ৰ বিৰুদ্ধে কৰিলে প্ৰতিবাদ ৷ ইপিনে CAA কোনো কাৰণতে মানি নোলোৱাৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদী ৰাইজে । এই আন্দোলনৰ জৰিয়তে কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰক কঠোৰ সকীয়নি দিয়ে আছুৱে । CAA বাতিল নোহোৱা পৰ্যন্ত এই সংগ্ৰাম আছুৱে চলাই নিব বুলি উল্লেখ কৰে ।

ABOUT THE AUTHOR

...view details