এটি দেৱশিশু আৰু পিতৃৰ হিয়াভঙা কান্দোন!
আপুনিও যদি দৰিদ্ৰ পৰিয়ালটিক আৰ্থিকভাৱে সহায় কৰিব বিচাৰে তেন্তে এচবিআই জামুগুৰিহাট শাখাৰ 35776660748 নম্বৰৰ একাউন্টৰ IFSC SBINOO17210 নম্বৰত সহায় নতুবা 9859289639 ম’বাইল নম্বৰত যোগাযোগ কৰিব পাৰে৷ আপোনাৰ সঁহাৰিয়ে হয়তো দেৱশিশুটিক এক নতুন জীৱন লাভ কৰাত সহায় কৰিব৷