অসম

assam

মঙলদৈত দিলীপ শইকীয়াৰ বিজেপিৰ বিজয় উৎসৱ

By

Published : Mar 11, 2022, 5:47 PM IST

Updated : Feb 3, 2023, 8:19 PM IST

মঙলদৈত বিজেপিৰ বিজয় উৎসৱ (BJP celebrates vijay utsab at Mangaldoi)। বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াৰ নেতৃত্বত বিজয় উৎসৱ । দেশৰ চাৰি ৰাজ্যৰ লগতে দৰঙৰ তিনিখন পৌৰসভা মঙলদৈ, ছিপাঝাৰ আৰু খাৰুপেটীয়া বিজেপিয়ে দখল কৰাৰ পাচত শুকুৰবাৰে মঙলদৈত বিজয় উৎসৱত ভাগ ল’লে মঙলদৈৰ সাংসদ তথা বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই (Dilip Saikia in Mangaldoi)।
Last Updated : Feb 3, 2023, 8:19 PM IST

ABOUT THE AUTHOR

...view details