অসম

assam

By

Published : Jul 14, 2020, 4:00 PM IST

ETV Bharat / videos

বিহাৰত কোশী নৈৰ বাঢ়নী পানীয়ে উটুৱাই নিলে বিদ্যালয়

বিহাৰত আৰম্ভ হৈছে ধাৰাষাৰ বৰষুণ আৰু বানৰ সংহাৰী ৰূপ ৷ বিহাৰৰ ভাগলপুৰ জিলাৰ নৌগাছিয়াত কোশী নৈৰ পানীয়ে এখন স্কুল খহাই নিয়াৰ দৃশ্য বন্দী হৈছে কেমেৰাত ৷ ভিডিঅ'টোত কোশী নৈৰ বৃদ্ধি পোৱা জলস্তৰে স্কুলখনৰ এটা অংশ উটুৱাই লৈ যায় ৷ উল্লেখ্য যে, ধাৰাষাৰ বৰষুণৰ ফলত কোশী নৈৰ লগতে বাগমতী, মহানন্দ আৰু গন্দক নৈৰ পানীয়ে বিপদসীমা পাৰ কৰিছে ৷

ABOUT THE AUTHOR

...view details