অসম

assam

ETV Bharat / videos

তুষাৰেৰে আবৃত দাৰ্জিলিঙৰ চান্দাকফু - নান্দনিক প্ৰাকৃতিক সৌন্দৰ্য

By

Published : Feb 24, 2020, 7:17 PM IST

তুষাৰেৰে আবৃত এটা চূড়াই দাৰ্জিলিঙৰ চান্দাকফুক এক নান্দনিক প্ৰাকৃতিক সৌন্দৰ্য প্ৰদান কৰিছে ৷ তুষাৰপাতে সমগ্ৰ অঞ্চলটোক আৱৰি ধৰিছে ৷ ইয়াৰোপৰি চিকিমৰ চাংগু অঞ্চলতো বতৰৰ সমৰূপ দেখিবলৈ পোৱা গৈছে ৷ যিয়ে স্থানীয় লোকৰ লগতে পৰ্যটক সকলকো আকৰ্ষিত কৰিছে ৷

ABOUT THE AUTHOR

...view details