অসম

assam

ETV Bharat / videos

শ্বাহজাহানপুৰত অক্সিজেনৰ আশাত গছৰ তলত একাংশ লোক - আহত গছ

By

Published : May 3, 2021, 6:20 PM IST

উত্তৰ প্ৰদেশৰ শ্বাহজাহানপুৰত চৰ্চাত এজোপা আহত গছ ৷ একাংশ উশাহ-নিশাহ লোৱাত অসুবিধা পোৱা ব্যক্তি, যি হাস্পতালত ভৰ্তি হ’ব পৰা নাই, তেওঁলোকে এই আহত জোপাৰ তলত জিৰণি লোৱাৰ দৃশ্যই সকলোকে ব্যথিত কৰি তুলিছে ৷

ABOUT THE AUTHOR

...view details