অবিশ্বাস্যঃ এটা বৃহৎ মাছৰ পেটৰ পৰা ওলাল অসংখ্য মাছ - কৰ্ণাটকৰ মাংগলুৰু
কৰ্ণাটকৰ মাংগলুৰুত সংঘটিত হ’ল এক আশ্চৰ্যকৰ ঘটনা ৷ এটা বৃহৎ মাছৰ পেটৰ পৰা বৃহৎ পৰিমাণৰ সৰু মাছ উদ্ধাৰ হোৱাক লৈ উৎসুকতাৰ সৃষ্টি হৈছে মাংগালুৰু চহৰত ৷ মাংগালুৰুৰ মাছুৱৈ সকলৰ জালত প্ৰায়েই ডাঙৰ আকাৰৰ মাছ বন্দী হয় ৷ আনহাতে এই মাছটো জালত বন্দী হোৱাৰ পিচত মাছটোৰ পেটৰ পৰা বহুতো মাছ উদ্ধাৰ হোৱা এক ডিডিঅ’ ভাইৰেল হোৱাৰ লগে লগে সকলোৰে মাজত যথেষ্ট আমোদৰ সৃষ্টি হৈছে ৷