নিসৰ্গৰ তাণ্ডৱত সমুদ্ৰৰ মাজত আবদ্ধ জাহাজ - Stranded mid-sized ship news
নিসৰ্গ ঘূৰ্ণী বতাহে তাণ্ডৱ চলাইছে মহাৰাষ্ট্ৰৰ বিভিন্ন স্থানত ৷ ৰত্নাগিৰীত নিসৰ্গৰ তাণ্ডৱৰ ফলত সমুদ্ৰৰ মাজত আবদ্ধ হৈ পৰা জাহাজ অৱশেষত মিৰায়া সমুদ্ৰৰ উপকূল অঞ্চলত প্ৰৱেশ কৰে আৰু তাৰ পিছতেই কোনোমতে উদ্ধাৰ কৰা হয় জাহাজৰ ভিতৰত থকা 13 জনকৈ লোকক ৷