অসম

assam

ETV Bharat / videos

বিষাক্ত সাপক কেনেকৈ উদ্ধাৰ কৰে বেণুগোপালে... - সাপ, ভালুক উদ্দাৰ

By

Published : Jul 28, 2021, 4:34 PM IST

কি অজগৰ, কি ফেঁটী, কোনো সাপলৈ ভয় নাই । বিগত ৩০ বছৰত ২৫ হাজাৰ ডাল সাপ উদ্ধাৰ কৰা হৈছে । বন বিভাগৰ সহায়ত আন জন্তুবোৰকো উদ্ধাৰৰ কৰে এই লোকজনে । কোন এই সৰ্প মানৱ !

ABOUT THE AUTHOR

...view details