অসম

assam

ETV Bharat / videos

ৰিক্সা চালকৰ ঘৰত অমিত শ্বাহৰ আহাৰ গ্ৰহণ

By

Published : Apr 7, 2021, 10:01 PM IST

পশ্চিমবংগৰ চতূৰ্থ পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ মাজতে দমজুৰ অঞ্চলত এগৰাকী ৰিক্সা চালকৰ ঘৰত আহাৰ গ্ৰহণ কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৷ ৰিক্সা চালক গৰাকী বিজেপিৰ এগৰাকী সমৰ্থক বুলি জানিব পৰা গৈছে ৷ ৰিক্সা চালক গৰাকীৰ আহাৰ গ্ৰহণ কৰাৰ সময়ত সমষ্টিটোৰ বিজেপি দলৰ প্ৰাৰ্থী ৰাজীৱ বেনাৰ্জী শ্বাহৰ সৈতে উপস্থিত থাকে ৷ ৰাজ্যখনত অনুষ্ঠিত হ'বলগীয়া চতূৰ্থ পৰ্যায়ৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ক্ৰমে চিংগুৰ আৰু দমজুৰ অঞ্চলত মন্ত্ৰী গৰাকীয়ে নিৰ্বাচনী প্ৰচাৰ চলায় ৷

For All Latest Updates

ABOUT THE AUTHOR

...view details