অসম

assam

By

Published : Apr 5, 2020, 11:59 AM IST

ETV Bharat / videos

ঘৰত কিদৰে সুৰক্ষিত থাকিব ! শুনক এগৰাকী চিকিৎসকৰ মুখেৰে ....

দিনে দিনে বৃদ্ধি পাবলৈ লোৱা কৰ‘ণা ভাইৰাছৰ প্ৰকোপৰ পৰা সুৰক্ষিত থাকিবলৈ সাধাৰণ ৰাইজলৈ এইসমূহ গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰদান কৰিছে নতুন দিল্লীৰ ফৰ্টিছ চিকিৎসালয়ৰ জ্যেষ্ঠ চিকিৎসক ডাঃ ৰবি কুমাৰে ৷ চিকিৎসকগৰাকীয়ে প্ৰদান কৰা নিৰ্দেশনাসমূহ পালন কৰি নিজেও সুৰক্ষিত থাকক লগতে আনকো সুৰক্ষিত ৰাখক ৷

ABOUT THE AUTHOR

...view details