দলিতসকলৰ ত্ৰাণকৰ্তা মহাত্মা গান্ধী
দলিত সম্প্ৰদায়টোৰ উন্নতি আৰু তেওঁলোকৰ অধিকাৰ প্ৰাপ্তিৰ লক্ষ্যৰে বাপুৱে সমগ্ৰ দেশ ভ্ৰমণৰ কথা ঘোষণা কৰিছিল ৷ এই দেশজোৰা ভ্ৰমণৰ অংশ হিচাপে গান্ধীজী 1933 চনৰ 22 নৱেম্বৰত ডাৰ্গত উপস্থিত হৈছিল ৷ বাপুৱে ঘনশ্যাম সিং গুপ্তাৰ বাসগৃহত আশ্ৰয় লয়৷ সেইদিনাখন সন্ধিয়া গান্ধীজীয়ে এখন জনসভাত নিজৰ বক্তব্য ৰখাৰ কথা আছিল ৷ যিমানেই এই বাতৰিটো চৌদিশে বিয়পি পৰিছিল সিমানেই সাগৰৰ ঢৌৰ দৰে জনসাধাৰণ আহি সভাস্থলীত ভিৰ কৰিছিল|এই জনসভাখনত এক বৃহৎ বিপদৰ সন্মুখীন হৈছিল গান্ধীজী ৷ সবিশেষ এই প্ৰতিবেদনত...