অসম

assam

অসমীয়া ভাষা বাধ্যতামূলক কৰিবলৈ সদনত ৰিপুন বৰাৰ আহ্বান

By

Published : Nov 29, 2019, 1:20 PM IST

ৰাজ্যৰ কেন্দ্ৰীয় বিদ্যালয়ত প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণী পৰ্যন্ত অসমীয়া ভাষা বাধ্যতামূলক কৰিবলৈ সদনত ভাষণ প্ৰদান কৰিলে সাংসদ ৰিপুন বৰাই ৷ সমান্তৰালভাৱে গ্ৰীষ্ম বন্ধৰ সময়ছোৱা মে’ মাহৰ পৰিৱৰ্তে জুলাই-আগষ্ট মাহত বন্ধ দিয়াৰ আহ্বান সাংসদগৰাকীৰ ৷

ABOUT THE AUTHOR

...view details