অসম

assam

ETV Bharat / videos

বলুকা শিল্পৰে অভিনেতা অক্ষয় কুমাৰক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন সুদৰ্শন পাটনায়কৰ

By

Published : Sep 9, 2020, 11:09 AM IST

বুধবাৰে বলিউডৰ অভিনেতা অক্ষয় কুমাৰৰ 53 সংখ্যক জন্মদিন উপলক্ষে অভিনেতা গৰাকীক ছ'চিয়েল মিডিয়াকে ধৰি ভিন্ন মাধ্যমযোগে শুভেচ্ছা জ্ঞাপন কৰে তেওঁৰ অনুগামী সকলে ৷ তাৰ মাজতে কিছু ব্যতিক্ৰমী ধৰণেৰে অভিনেতা গৰাকীক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিলে আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন বলুকা শিল্পী সুদৰ্শন পাটনায়কে ৷ ওড়িশাৰ পুৰীৰ সাগৰৰ তীৰত বালিৰে অভিনেতা গৰাকীৰ প্ৰতিচ্ছবি অংকন কৰি "Happy Birthday Akshay Kumar, A Role Model HERO" লিখি তেওঁ অভিনেতা গৰাকীক শুভেচ্ছা জ্ঞাপন কৰে ৷

ABOUT THE AUTHOR

...view details