লোকসভাত বড়ো চুক্তিৰ প্ৰসংগ
বড়ো শান্তি চুক্তিৰ ফলত সকলো সশস্ত্ৰ গোটে অস্ত্ৰ ত্যাগ কৰি আলোচনালৈ আহিল ৷ এই শান্তি চুক্তিয়ে কেৱল বড়ো জাতি অথবা উত্তৰ পূৱৰ কাৰণেই নহয়,সমগ্ৰ দেশৰ বাবে এক বাৰ্তা বহন কৰিছে ৷ " বড়ো চুক্তিত স্পষ্টভাৱে লিখা আছে যে, এই চুক্তিৰ পাচত বড়ো সমস্যাৰ অন্ত হ'বলৈ আৰু একো বাকী নাই ৷ বড়ো শান্তি চুক্তি সন্দৰ্ভত লোকসভাত এই মন্তব্য কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷