অসম

assam

ETV Bharat / videos

চক পেঞ্চিলত ৰাষ্ট্ৰীয় সংগীত - ইণ্ডিয়া বুক অৱ ৰেকৰ্ডচ

By

Published : Jul 18, 2021, 4:54 PM IST

১৭ ডাল চক পেঞ্চিলত ৰাষ্ট্ৰীয় সংগীত খোদিত কৰি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে কৰ্ণাটকৰ হোন্নাভাৰাৰ গেৰুছোপ্পা-বাচাকুলীৰ বাসিন্দা প্ৰদীপ মঞ্জুনাথ নায়কে । বি এডৰ পাঠ্যক্ৰম গ্ৰহণ কৰি থকা নায়কে ৰাষ্ট্ৰীয় সংগীত চক পেঞ্চিলত খোদিত কৰোঁতে ১৮ ঘণ্টা সময়ৰ প্ৰয়োজন হৈছিল । চাঁওক আমাৰ এই প্ৰতিবেদন...

ABOUT THE AUTHOR

...view details