অসম

assam

খৰাঙৰ পৰা সমৃদ্ধিলৈকে, মহাৰাষ্ট্ৰৰ এখন গাওঁ...

By

Published : Jul 18, 2021, 2:27 PM IST

ভাৰতৰ প্ৰতিখন ৰাজ্যতে থকা বহু গাঁও সাধাৰণতে বিভিন্ন সমস্যাৰে জৰ্জৰিত । কিন্তু আজি আমি আপোনালোকক এনেকুৱা এখন গাঁও দেখুৱাব বিচাৰিছো য'ত প্ৰতিটো পৰিয়ালৰে বাৰ্ষিক উপাৰ্জন ৫ লাখৰ ওপৰত । সাক্ষৰতাৰ হাৰ ৯৫ শতাংশ । গাঁওবাসী চাকৰি বিচাৰি চহৰলৈ যাব নালাগে । চাওঁ আহক মহাৰাষ্ট্ৰৰ এই বিশেষ গাঁওখনৰ উন্নয়ন আঁৰৰ কাহিনী...

ABOUT THE AUTHOR

...view details