অসম

assam

By

Published : Mar 2, 2020, 6:45 PM IST

ETV Bharat / videos

গো-মূত্ৰৰে কেঞ্চাৰ আৰু কৰ'ণা ভাইৰাচ প্ৰতিকাৰৰ উপায় দিলে সুমন হৰিপ্ৰিয়াই

সদনত গো-মূত্ৰৰ প্ৰসংগ উল্লেখ কৰিলে হাজো সমষ্টিৰ বিজেপি বিধায়িকা সুমন হৰিপ্ৰিয়াই ৷ বিধায়িকা গৰাকীৰ মতে গো-লাদ আৰু গো-মূত্ৰ কেঞ্চাৰৰ প্ৰতিষেধক হিচাপে ব্যৱহাৰ কৰিব পাৰি ৷ তাৰোপৰি সমগ্ৰ চীনৰ লগতে বিশ্বত ত্ৰাসৰ সৃষ্টি কৰা কৰ'ণা ভাইৰাচ নিৰাময়ৰ বাবেও গো-মূত্ৰ ব্যৱহাৰৰ কথা ক'লে সুমন হৰিপ্ৰিয়াই ৷ ই টি ভি ভাৰতৰ সৈতে হোৱা এটা আচুতীয়া সাক্ষাৎকাৰত কেনেকৈ গো-মূত্ৰৰে ৰোগ নিৰাময় কৰিব পাৰি সকলো বিৱৰি ক'লে বিধায়িকাগৰাকীয়ে ৷

ABOUT THE AUTHOR

...view details