অসম

assam

কিমান ভয়ংকৰ হ’ব পাৰে হাতী-মানুহৰ সংঘাত : চাওক ভিডিঅ’

By

Published : Aug 4, 2021, 7:13 PM IST

গোলাঘাট জিলাৰ মৰঙীত হাতী-মানুহৰ সংঘাতৰ এক ভয়াৱহ শিহৰণকাৰী দৃশ্য । কেমেৰাৰ সন্মুখতে বন্যহস্তীৰ গচকত প্ৰাণ হেৰুৱালে এজন যুৱকে । এই দৃশ্য গোলাঘাট জিলাৰ 39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ মৰঙী চাহ বাগিচাৰ চাওক কেমেৰাত বন্দী হৈছে শিহৰণকাৰী দৃশ্য ।

ABOUT THE AUTHOR

...view details