লক্ ডাউনত বেচনৰ লাৰুৰ সৈতে মিঠাইৰ মজা লওঁক - বেচন লাড্ডু
বেচনৰ লাৰু ! বজাৰৰ পৰা ক্ৰয় কৰি আপুনি হয়তো বেচনৰ লাৰু বহু বাৰ খাইছে ৷ কিন্তু নিজ হাতেৰে প্ৰস্তুত কৰা বেচন লাৰুৰ সোৱাদেই সুকীয়া ৷ ভাৰতীয় মিঠাইসমূহৰ ভিতৰত অতি সহজতে প্ৰস্তুত কৰিব পৰা মিঠাই হৈছে বেচনৰ লাৰু ৷ ঘিউৰ দূৰ্দান্ত সোৱাদ আৰু বেচনৰ সুগন্ধিৰ মিশ্ৰণত প্ৰস্তুত কৰা এই লাৰু ইমানেই মসৃণ হয় যে, জিভাত দিয়াৰ লগে লগে পমি যায় ৷ গতিকে এই সোৱাদৰ ভাগ ল'বলৈ আমাৰ ৰেচিপিটো এবাৰ চাওঁকচোন...