অসম

assam

ETV Bharat / videos

জম্মু কাশ্মীৰত আৰম্ভ জিলা উন্নয়ন পৰিষদৰ ভোটগ্ৰহণ

By

Published : Nov 28, 2020, 9:33 AM IST

ইতিহাসত প্ৰথমবাৰলৈ জম্মু কাশ্মীৰত শুকুৰবাৰে অনুষ্ঠিত হয় জিলা উন্নয়ন পৰিষদৰ নিৰ্বাচন ৷ উন্নয়ন পৰিষদৰ নিৰ্বাচনৰ পূৰ্বে দক্ষিণ কাশ্মীৰৰ ছ’পিয়ান জিলাত ইণ্টাৰনেট সেৱা বন্ধ কৰা হৈছে । জম্মু কাশ্মীৰৰ প্ৰশাসনে নিৰ্বাচনৰ প্ৰাকক্ষণৰ পূৰ্বে ছ’পিয়ান জিলাত ইণ্টাৰনেট সেৱা বন্ধ কৰাৰ সন্দৰ্ভত কোনো স্পষ্টীকৰণ দিয়া নাই । নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ছ’পিয়ান আৰু পুলৱামা জিলাক সংবেদনশীল সমষ্টি বুলি চিনাক্ত কৰা হৈছে ।

ABOUT THE AUTHOR

...view details