চীন-ভাৰতৰ সামাৰিক শক্তিৰ তুলনামূলক পৰ্যালোচনা - সীমান্ত
নিউজ ডেস্ক, 3 ছেপ্তেম্বৰ : জম্বু-কাশ্মীৰৰ গালৱান ঘাটিত চীন-ভাৰতৰ সংঘৰ্ষৰ পিচত দুয়োখন দেশৰ মাজত বিভিন্ন কাৰণত উদ্বেগ বৃদ্ধি পাই থকাৰ মাজতে বৃহস্পতিবাৰে দুয়োখন দেশৰ সুৰক্ষা বাহিনীৰ বিষয়ববীয়াই দ্বিতীয়বাৰৰ বাবে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় ৷ উক্ত বৈঠকত এছিয়ান দেশ দুখনৰ মাজত সামৰিক তথা সীমান্তৰ শান্তি সম্পৰ্কত বহুতো গুৰুত্বপূৰ্ণ আলোচনা কৰা হয় ৷ লগতে, এখন দেশে আন এখন দেশক উক্ত সমস্যাৰ বাবে বিভিন্ন ধৰণৰ অভিযোগ প্ৰদান কৰা পৰিলক্ষিত হৈছে ৷ আনহাতে, বিশেষ সূত্ৰৰ খবৰৰ ভিত্তিত দুয়োখন মহাশক্তিবান দেশৰ মাজত সম্পৰ্ক বিঘ্নিত হোৱাৰো সম্ভাৱনা আছে ৷ এই ক্ষেত্ৰত ইটিভি ভাৰতে দুয়োখন মহাশক্তিবান দেশৰ সম্পৰ্কত যুগুতোৱা এক প্ৰতিবেদন ৷ লগতে পঢ়ক : ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত দিনটোৰ শীৰ্ষ বাতৰি
Last Updated : Sep 3, 2020, 4:27 PM IST