অসম

assam

ETV Bharat / videos

কেৰালাত বানৰ পিচত ভয়াৱহ পৰিস্থিতি - ভয়াৱহ বানত কেৰালাত

By

Published : Aug 16, 2019, 4:02 PM IST

কেৰালাত বানৰ পিচত ভয়াৱহ পৰিস্থিতি ৷ ভয়াৱহ বানৰ ফলত কেৰালাৰ বহু অঞ্চল বালিত পুত গৈছে ৷ এই পৰ্যন্ত বানত কেৰালাত মৃত্য হৈছে 111 জন লোকৰ ৷ এতিয়াও ধংসস্তূপৰ পৰা উদ্ধাৰ আছে মৃতদেহ ৷ অপৰিৱৰ্তিত বান পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ নিয়োগ কৰা হৈছে উদ্ধাৰকাৰী বাহিনী ৷ এই পৰ্যন্ত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে মালাপ্পুৰম,কাৱালাপ্পাৰা, ৱাইনাড় পাথামালা আদি অঞ্চলত ৷ বানৰ পিচতে বালিত পোত যোৱা বাট পথ মুকলি কৰাত ব্যস্ত সেনাবাহিনী ৷

ABOUT THE AUTHOR

...view details