অসম

assam

By

Published : Sep 3, 2020, 10:23 PM IST

ETV Bharat / videos

ডাঃ কাফিল খানৰ সৈতে ইটিভি ভাৰতৰ বিশেষ সাক্ষাৎকাৰ

প্ৰায় আঠ মাহৰ পাচত কাৰাগাৰৰ পৰা মুক্তি লাভ কৰি ন্যায়পালিকাৰ ওপৰত সম্পূৰ্ণ আস্থা আছিল বুলি ইটিভি ভাৰতৰ এক বিশেষ সাক্ষাৎকাৰত উল্লেখ ডাঃ কাফিল খানৰ ৷ লগতে কাৰাগাৰত যথেষ্ট অত্যাচাৰৰ সন্মুূখীন হোৱা বুলিও প্ৰকাশ কৰে খানে ৷ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে কাৰাগাৰৰ পৰা মুক্তি লাভ কৰে কাফিল খানে ৷ ‘কা’ আন্দোলনৰ সময়ত আলিগড়ত উচতনিমূলক ভাষণ দিয়া বুলি এক অপৰাধত 29 জানুৱাৰীত গ্ৰেপ্তাৰ কৰা হৈছিল ডাঃ কাফিল খানক ৷ ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত মথুৰা কাৰাগাৰত যোৱা প্ৰায় আঠ মাহে বন্দী হৈ আছিল কাফিল খান ৷

ABOUT THE AUTHOR

...view details