অসম

assam

স্থলসেনাৰ দায়িত্বৰ পৰা আনুষ্ঠানিক অব্যাহতি জেন. বিপিন ৰাৱাটৰ

By

Published : Dec 31, 2019, 10:49 PM IST

Published : Dec 31, 2019, 10:49 PM IST

ভাৰতীয় স্থলসেনাৰ সেনাধ্যক্ষ হিচাপে 31 ডিচেম্বৰত অৱসৰ গ্ৰহণ কৰে জেন. বিপিন ৰাৱাটে ৷ নিজৰ কাৰ্যকালত ভাৰতীয় স্থলসেনাত বহুকেইটা সংস্কৰণ সম্পন্ন কৰিবলৈ সক্ষম হোৱা জেন. ৰাৱাট দেশৰ প্ৰথমগৰাকী চীফ অৱ ডিফেন্স ষ্টাফ হিচাপে নিৰ্বাচিত হয় ৷ অহাকালিলৈ তেওঁ ভাৰতবৰ্ষৰ প্ৰথমগৰাকী চীফ অৱ ডিফেন্স ষ্টাফ হিচাপে আনুষ্ঠানিক দায়িত্বভাৰ গ্ৰহণ কৰিব ৷

ABOUT THE AUTHOR

...view details