অসম

assam

গোৱালিয়ৰ এয়াৰ বেছত কাৰ্গিল যুদ্ধৰ 20 বছৰীয়া জয়ন্তী উদযাপন

By

Published : Jun 24, 2019, 6:57 PM IST

ভাৰতীয় বায়ু সেনাৰ গোৱালিয়ৰ এয়াৰ বেছত কাৰ্গিল যুদ্ধৰ 20 বছৰীয়া জয়ন্তী উদযাপন ৷ টাইগাৰ হিলৰ প্ৰতীকি নিৰ্মাণ কৰি ‘অপাৰেচন বিজয়’ত ব্যৱহাৰ হোৱা বিমানৰে যুদ্ধ সদৃশ পৰিৱেশ সৃষ্টি কৰে বায়ু সেনাই ৷ এই অনুষ্ঠানত এয়াৰ চিফ মাৰ্শ্বেল বি এচ ধানুৱা মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৷ এই অনুষ্ঠানত কাৰ্গিল যুদ্ধৰ বীৰসকল আৰু সেনা বাহিনীৰ বহু লোক উপস্থিত থাকে ৷

ABOUT THE AUTHOR

...view details