কাঠত খোদিত হনুমান চালিছা - হনুমান
কাঠত 'হনুমান চালিছা' খোদিত কৰি চৰ্চিত হৈ পৰিছে ওড়িশাৰ এগৰাকী শিল্পী । চালে চকুৰোৱা কাৰুকাৰ্য খচিত পাঁচ পৃষ্ঠাৰ এই 'হনুমান চালিছা'ৰ বাবে সকলোৰে প্ৰশংসাৰ পাত্ৰ হৈ পৰিছে শিল্পীগৰাকী । 'হনুমান চালিছা' কাঠত খোদিত কৰাই নহয় আৰু বহু আশা মনত পুহি ৰাখিছে শিল্পীগৰাকীয়ে । এই সন্দৰ্ভত ইটিভি ভাৰতৰ বিশেষ প্ৰতিবেদন-