সোণালী আখৰেৰে লিখা গুৰু গ্ৰন্থ চাহিব - guru granth sahib with golden ink three mp story etv bharat special news
গুৰুৰ বাণীক সোণালী আখৰেৰে জিলিকাই ৰখাৰ হেঁপাহ এগৰাকী ভক্তৰ । বিগত ডেৰ বছৰে সোণালী ৰঙৰ চিঞাহীৰে লিখিছে গুৰুৰ বাণী । এতিয়াও বাকী আছে বহু কাম । তথাপি ধৈৰ্য ধৰি ভক্তিভাৱেৰে গুৰুৰ নাম লৈ লিখি গৈ গুৰু গ্ৰন্থ চাহিবৰ প্ৰতিটো শব্দ । কোন এইগৰাকী ভক্ত ?
Last Updated : Jul 8, 2021, 9:45 AM IST