অসম

assam

ETV Bharat / videos

Covid 19: বিশ্বৰ সামগ্ৰিক তথ্য

By

Published : Oct 28, 2020, 1:51 PM IST

Updated : Oct 28, 2020, 2:11 PM IST

সমগ্ৰ বিশ্বত কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিছে 4,42,51,983 ৰ সীমা য’ত মৃত্যুবৰণ কৰিছে 11,71,476 গৰাকী ব্যক্তিয়ে ৷ এই ভাইৰাছে বিশ্বৰ অৰ্থ ব্যৱস্থাত ভয়ংকৰ ক্ষতি কৰিছে ৷ সম্প্ৰতি 3,24,46,970 গৰাকী আক্ৰান্ত ব্যক্তিয়ে আৰোগ্য লাভ কৰে ভাইৰাছবিধৰ পৰা ৷ আমেৰিকা যুক্তৰাষ্ট্ৰত সৰ্বাধিক 90,38,030 গৰাকী ব্যক্তি ভাইৰাছবিধত আক্ৰান্ত হোৱাৰ বিপৰীতে 2,32,084 গৰাকী ব্যক্তিয়ে মৃত্যুবৰণ কৰিছে ৷ আক্ৰান্তৰ তালিকাৰ দ্বিতীয় স্থানত অৱস্থান কৰিছে ভাৰতবৰ্ষই ৷ দেশখনত 79,90,322 গৰাকী ব্যক্তি চীনা ভাইৰাছবিধৰ দ্বাৰা আক্ৰান্ত হোৱাৰ বিপৰীতে 1,20,054 গৰাকী আক্ৰান্ত ব্যক্তিয়ে মৃত্যু সাৱটি লৈছে ৷
Last Updated : Oct 28, 2020, 2:11 PM IST

ABOUT THE AUTHOR

...view details