অসম

assam

ETV Bharat / videos

ছট্টিশগড়ত মহাত্মা গান্ধী - ৰায়পুৰ ৰেলৱে ষ্টেডিয়ামত উষ্মভাৱে আদৰণি

By

Published : Sep 14, 2019, 7:31 PM IST

জাতিৰ পিতা মহাত্মা গান্ধী ভাৰতৰ স্বাধীনতা লাভৰ পথিকৃৎ আছিল ৷ নিজৰ জীৱনকালত দুবাৰকৈ তেওঁ ছট্টিশগড় ভ্ৰমণ কৰিছিল ৷ প্ৰজন্মৰ পাচত প্ৰজন্মৰ উপলব্ধিৰ বাবে গান্ধীজীৰ স্মৃতিসমূহ অতি সতৰ্কতাৰে কিতাপ আৰু ফটোগ্ৰাফৰ আকাৰত সাঁচি ৰখা হৈছে ৷ ছট্টিশগড়তেই গান্ধীজীয়ে হৰিজনধাৰ কাৰ্যসূচী আৰম্ভ কৰিছিল ৷ তেওঁ ইয়াতেই কিছু মূল্যৱান সময় কটাইছিল ৷ 1920 চনত প্ৰথমবাৰৰ বাবে গান্ধীজীয়ে কাণ্ডেল সত্যাগ্ৰহত ভাগ ল'বলৈ ছট্টিশগড়লৈ গৈছিল ৷

ABOUT THE AUTHOR

...view details