COVID 19: পথৰ দাঁতিত ৰৈ খাদ্যগ্ৰহণ দুই এম্বুলেন্স কৰ্মীৰ - এম্বুলেন্স চালক সকল
কৰ'ণা সংক্ৰমণ ৰোধৰ বাবে দিন-ৰাতি একাকাৰ কৰি কেৱল যুঁজ দিছে একাংশ লোকে ৷ দিনটোৰ অধিক সময় পৰিয়ালৰ পৰা দূৰত থাকি নিজ জীৱনক তুচ্ছ কৰি কৰ'ণা ৰোগীক সেৱা প্ৰদান কৰাত ব্যস্ত আছে চিকিৎসক, নাৰ্ছ, স্বাস্থ্যকৰ্মী, এম্বুলেন্স চালক সকল ৷ হিমাচল প্ৰদেশটো দেখা গ'ল এনে এক দৃশ্য ৷ পৰিয়ালৰ পৰা বহু দূৰৈত পথৰ দাঁতিত এম্বুলেন্স ৰখাই খাদ্য গ্ৰহণ কৰিছে দুই এম্বুলেন্স কৰ্মীয়ে......