কৰ'ণাক প্ৰতিহত কৰা পিতৃ-কন্যাৰ প্ৰতিক্ৰিয়া... - কৰ'ণাক প্ৰতিহত কৰা মধ্যপ্ৰদেশ ভূপালৰ পিতৃ-কন্যা
লণ্ডনৰ পৰা শৰীৰত COVID 19 ৰ বীজাণু লৈ অহা ভূপালৰ গুঞ্জন ছক্সেনা আৰু পিতৃ কে কে ছক্সেনা বৰ্তমান সম্পূৰ্ণ সুস্থ হৈ উভতি আহিছে ভূপালস্থিত নিজ গৃহলৈ ৷ মহামাৰী কৰ'ণাক দমন কৰাৰ ক্ষেত্ৰত পিতৃ-কন্যাক কিদৰে সঁহাৰি জনাইছিল আত্মীয় তথা বন্ধুবৰ্গই.. চাওঁক এই প্ৰতিবেদন..