অসম

assam

ETV Bharat / videos

ৰেম্প ৱাকৰ পৰা লোকসেৱালৈ ঐশ্বৰ্য শ্বে'ৰাণৰ যাত্ৰা

By

Published : Aug 9, 2020, 12:44 PM IST

ঐশ্বৰ্য শ্বে'ৰাণ, যি সদ্যঘোষিত অসামৰিক সেৱাৰ পৰীক্ষা 2019চনত 93সংখ্যক স্থান লাভ কৰিবলৈ সক্ষম হৈছে ৷ ঐশ্বৰ্য শ্বে'ৰাণ যথেষ্ট প্ৰতিভাশালী কাৰণ তেওঁ অসামৰিক সেৱাত স্থান দখল কৰাৰ বাহিৰেও তেওঁৰ আছে অনন্য প্ৰতিভা ৷ এগৰাকী সফল মডেল ঐশ্বৰ্য শ্বে'ৰাণে 2016 বৰ্ষত মিছ ইণ্ডিয়াৰ ফাইনেলিষ্ট হ'বলৈ সক্ষম হৈছিল ৷ আহকচোন তেওঁৰ মুখেৰে জানো তেওঁৰ এই জীৱন যাত্ৰাৰ বিষয়ে.....

ABOUT THE AUTHOR

...view details