অসম

assam

ETV Bharat / videos

নাৱেৰে চিকিৎসালয়লৈ প্ৰেৰণ COVID-19ত আক্ৰান্ত ৰোগীক

By

Published : Aug 24, 2020, 11:28 AM IST

অন্ধ্ৰ প্ৰদেশত নাৱেৰে চিকিৎসালয়লৈ প্ৰেৰণ COVID-19ত আক্ৰান্ত ৰোগীক ৷ বানৰ বাবে ঘৰতে আবদ্ধ হৈ আছিল COVID-19ত আক্ৰান্ত ৰোগীজন ৷ বিগত কেইবাদিন ধৰি হোৱা ধাৰাসাৰ বৰষুণৰ বাবে বানৰ সৃষ্টি হৈছিল গাঁৱখনত ৷ উল্লেখ্য যে, কৰ’ণাত আক্ৰান্ত ৰোগীৰ তালিকাত বৰ্তমান দেশৰ তৃতীয় স্থানত আছে অন্ধ্ৰ প্ৰদেশ ৷ ৰাজ্যখনত 3,53,111 জনলৈ বৃদ্ধি পাইছে কৰ’ণাত আক্ৰান্ত লোকৰ সংখ্যা ৷ আনহাতে মৃত্যু হৈছে 3,282 গৰাকীৰ ৷

ABOUT THE AUTHOR

...view details