অসম

assam

By

Published : May 23, 2021, 7:34 AM IST

ETV Bharat / videos

গংগা নদীৰ পাৰত উদ্ধাৰ সহস্ৰাধিক মৃতদেহ: চাওক ভিডিঅ’

কৰ’ণা মহামাৰীৰ সময়ছোৱাত দেশত দ্ৰুত গতিত বৃদ্ধি পোৱা কৰ’ণা ৰোগীৰ মৃত্যুৰ সংখ্যাই সকলোকে আতংকিত কৰি ৰাখিছে ৷ ইয়াৰ মাজতে উত্তৰপ্ৰদেশৰ গংগা নদীৰ পাৰত উদ্ধাৰ হোৱা মৃতদেহে দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ উত্তৰপ্ৰদেশৰ প্ৰয়াগৰাজতো গংগা নদীৰ পাৰত বালিত পুতি থোৱা অৱস্থাত উদ্ধাৰ হৈছে সহস্ৰাধিক মৃতদেহ ৷ এই ভয়ংকৰ ঘটনাৰ এটা ড্ৰোণশ্বট সংগ্ৰহ কৰি শনিবাৰে প্ৰচাৰ কৰা হয় ৷ চাওঁক ভিডিঅ’...

ABOUT THE AUTHOR

...view details