অসম

assam

ETV Bharat / videos

কপিল মিশ্ৰা, অনুৰাগ ঠাকুৰ আৰু প্ৰভেশ বৰ্মাৰ বিৰুদ্ধে গোচৰ ৰুজুৰ নিৰ্দেশনা

By

Published : Feb 26, 2020, 6:21 PM IST

দিল্লী উচ্চ ন্যায়ালয়ে উচতনিমুলক মন্তব্য প্ৰদান কৰাৰ বাবে কপিল মিশ্ৰা, অনুৰাগ ঠাকুৰ আৰু প্ৰভেশ বৰ্মাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে ৷ উচ্চ ন্যায়ালয়ত উপস্থিত থকা আৰক্ষী বিষয়াসকলক এই নিৰ্দেশনা প্ৰদান কৰি শীঘ্ৰেই গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰা হয় ৷ কেৱল মাত্ৰ বিজেপি নেতাৰ বিৰুদ্ধেই নহয়, উচতনিমুলক মন্তব্য প্ৰদান কৰা সকলো লোকৰ বিৰুদ্ধে দিল্লী আৰক্ষীক তৎকালীনভাৱে গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে দিল্লী উচ্চ ন্যায়ালয়ে ৷

ABOUT THE AUTHOR

...view details