অসম

assam

By

Published : Aug 3, 2019, 2:38 PM IST

ETV Bharat / videos

আমেৰিকা আৰু চীনৰ সহায়ত ভাৰতক অশান্তি কৰি আহিছে পাকিস্তানে

ভাৰতীয় বায়ুসেনাৰ প্ৰাক্তন বিষয়া উইং কামাণ্ডাৰ প্ৰফুল বক্সীৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত কাশ্মীৰ সমস্যাক লৈ পাকিস্তানৰ লগতে চীন আৰু আমেৰিকাক জগৰীয়া কৰে বিষয়াগৰাকীয়ে ৷ শনিবাৰে নতুন দিল্লীত আয়োজিত এক অনুষ্ঠানৰ মাজতে ইটিভি ভাৰতৰ আগত এইদৰে উল্লেখ কৰে বায়ুসেনাৰ প্ৰাক্তন বিষয়াগৰাকীয়ে ৷

ABOUT THE AUTHOR

...view details