অসম

assam

By

Published : Jul 15, 2020, 3:28 PM IST

ETV Bharat / videos

COVID-19: ভাৰতৰ সামগ্ৰিক তথ্য

ভাৰতত COVID-19ৰ সংক্ৰমণে অতিক্ৰম কৰিলে 9 লক্ষাধিক । 15 জুলাইৰ দিনটোত সমগ্ৰ দেশতে এই মহামাৰীৰ সংক্ৰমণৰ সংখ্যা বৃদ্ধি পায় 936181 গৰাকীলৈ । ইয়াৰ লগে লগে দেশত COVID-19ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যাও বৃদ্ধি পালে 24309 গৰাকীলৈ । বৰ্তমানলৈ দেশত এই মহামাৰীৰ কবলৰ পৰা 592032 গৰাকী লোক আৰোগ্য হোৱাৰ লগতে, সক্ৰিয় আক্ৰান্ত লোক আছে 319840 গৰাকী । এই মহামাৰীৰ ফলত সৰ্বাধিক আক্ৰান্ত হোৱা 5 খন ৰাজ্য ক্ৰমে মহাৰাষ্ট্ৰ, তামিলনাডু, দিল্লী, গুজৰাট আৰু কৰ্ণাটক । দেশৰ ভিন্ন ৰাজ্যত COVID-19ৰ শেহতীয়া খবৰ জানিবলৈ চাওক এই প্ৰতিবেদন...

ABOUT THE AUTHOR

...view details