অসম

assam

By

Published : Jul 9, 2020, 4:04 PM IST

ETV Bharat / videos

COVID-19: ভাৰতৰ সামগ্ৰিক তথ্য

ভাৰতবৰ্ষত 8 লক্ষাধিক অতিক্ৰমৰ দিশে আগবাঢ়িছে কৰ'ণা মহামাৰীৰ সংক্ৰমণৰ সংখ্যা ৷ 9 জুলাইলৈ দেশত 767296 গৰাকীলৈ বৃদ্ধি পাইছে এই মহামাৰীৰ সংক্ৰমণ ৷ বৰ্তমানেও দেশত 269789 গৰাকী সক্ৰিয় আক্ৰান্ত লোক থকাৰ বিপৰীতে, 476377 গৰাকী লোকে অব্যাহতি লাভ কৰিছে এই মহামাৰীৰ কবলৰ পৰা ৷ মুঠ 21129 গৰাকী লোকে বৰ্তমানলৈ কৰ'ণা মহামাৰীত আক্ৰান্ত হৈ সাৱটি লৈছে মৃত্যুক ৷ কেনেদৰে ক্ৰমান্বয়ে দেশৰ ভিন্ন ৰাজ্যত কৰ'ণা মহামাৰীৰ সম্প্ৰসাৰণ ঘটিছে সেই বিষয়ে ভিডিঅ'যোগে জানিবলৈ চাওক এই প্ৰতিবেদন...

ABOUT THE AUTHOR

...view details