অসম

assam

By

Published : Jun 8, 2020, 4:51 PM IST

ETV Bharat / videos

ভাৰতৰ ভিন্ন ৰাজ্যত COVID-19ৰ শেহতীয়া তথ্য

ভাৰতত প্ৰতিদিনে দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰিছে COVID-19ৰ সংক্ৰমণ । 8 জুনলৈ এই সংক্ৰমণৰ সংখ্যা বৃদ্ধি পায় 256611 গৰাকী লোকলৈ । লগতে এই মহামাৰীৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পায় 7135 গৰাকীলৈ । বৰ্তমানলৈ এই মহামাৰীৰ কবলৰ পৰা সুস্থ হৈ উঠিছে 124095 গৰাকী লোক । ভাৰতৰ ভিতৰতে এই মহামাৰীত সৰ্বাধিক আক্ৰান্তৰ সংখ্যা পোৱা গৈছে মহাৰাষ্ট্ৰত । মহাৰাষ্ট্ৰত বৰ্তমানলৈ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে 85975 গৰাকীলৈ । লগতে ৰাজ্যখনত এই মহামাৰীৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যাও 3060 গৰাকীলৈ বৃদ্ধি পাইছে। এই মহামাৰী সমান্তৰালভাৱে বৃদ্ধি পাবলৈ ধৰিছে গুজৰাট,দিল্লী,ৰাজস্থান,তামিলনাডু,অন্ধ্ৰ প্ৰদেশ,উত্তৰ প্ৰদেশ আদি ৰাজ্যতো । ভাৰতৰ সকলো ৰাজ্যৰে COVID-19ৰ সাম্প্ৰতিক তথ্য জানিবলৈ চাওক আমাৰ এই প্ৰতিবেদন...

ABOUT THE AUTHOR

...view details