কৰ'ণা সম্পৰ্কীয় বিশ্বৰ সকলো তথ্য - কৰ'ণা আক্ৰান্ত
বিশ্বজুৰি কৰ'ণা আক্ৰান্তৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে ৷ কোনো কোনো দেশত কৰ'ণাৰ প্ৰাদূৰ্ভাৱ কিছু কমিছে যদিও এতিয়াও বিশ্বৰ বহু দেশত ভয়াৱহ ৰূপ ধাৰণ কৰিছে এই ভাইৰাছে ৷ এই পৰ্যন্ত মৃত্যু হৈছে বহুলোকৰ ৷ শেহতীয়া তথ্যলৈ যদি আমি চাও তেনেহ'লে দেখা পাম যে, আজিৰ দিনটো লৈকে সমগ্ৰ বিশ্বত সৰ্বমুঠ 474237 জন লোক এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু মুখত পৰাৰ লগতে কেৱল আজিৰ দিনটোতে এই মূহুৰ্তলৈকে সমগ্ৰ বিশ্বত কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈ 4712 জন লোকৰ মৃত্যু হৈছে ৷ সবিশেষ চাওক আমাৰ এই প্ৰতিবেদনত...