অসম

assam

ETV Bharat / videos

পাম্বান দলং: অভিযান্ত্ৰিক আশ্বৰ্যৰ এক প্ৰতীক - ৰামেশ্বৰম

By

Published : Jun 29, 2021, 2:35 PM IST

ব্ৰিটিছৰ শাসন কালৰ ইতিহাসৰ সাক্ষ্য বহন কৰি আছে পাম্বান দলঙে । দলংখনৰ নিৰ্মাণশৈলীৰ প্ৰতি লক্ষ্য কৰিলে উমান পোৱা যায় যে, কিমান নিপুণতাৰে দলংখন নিৰ্মাণ কৰা হৈছিল । এতিয়া কেনে অৱস্থাত আছে দলংখন । চাওঁ আহক আমাৰ এক প্ৰতিবেদন...

ABOUT THE AUTHOR

...view details